বন-সট
bana-saṭa
অৰ্থ
1.
পানীৰ ওপৰৰ বাম ঠাইত হোবা সট জাতিৰ এবিধ বন-শাক (ঔষধত লাগে); (আয়ুৰ্ব্বেদত অপামাৰ্গ।)।
a kind of pot herb
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ