← ফুৰি যাওক

বন-বগৰী

bana-bagarī

অৰ্থ

1.

বগৰী গছৰ নিচিনা কিন্ত্ত তাতকৈ ডাঙৰ আৰু দীঘল পাতেৰে এবিধ ওখ ডাঙৰ আওকাঠী গছ

a kind of forest tree; Pterosperomum lancifolium

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

বন-বগৰী · অসমীয়া অভিধান