← ফুৰি যাওক

আউনীআটি-সত্ত্ৰ

āunīāṭi-sattra

অৰ্থ

1.

উজনি অসমৰ প্ৰধান চাৰিখন ৰজাঘৰীয়া সত্ত্ৰৰ এক সত্ত্ৰ [জয়ধ্বজসিংহ ৰজাই

বি.

2.

শকত এই সত্ত্ৰ স্হাপন কৰে]।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

আউনীআটি-সত্ত্ৰ · অসমীয়া অভিধান