← ফুৰি যাওক

বন-তিয়ঁহ

bana-tiẏam̐ha

অৰ্থ

1.

তিয়ঁহৰ নিচিনা পাতেৰে এবিধ বাৰিষা বননিত এনেয়ে গজা লতা; গৰখীয়া তিয়ঁহ; কাঁইটং তিয় হ (আয়ুৰ্ব্বেদীয় নমে ইন্দ্ৰধাৰণী।)।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

বন-তিয়ঁহ · অসমীয়া অভিধান