← ফুৰি যাওক

আউঠানি

āuṭhāni

অৰ্থ

1.

মুখ-খেকেচা খাই পৰা; যেনে -"তহিতে পৰিল গৈয়া আউঠানি খায়া" (মা.ক. সুন্দৰাকাণ্ড)।

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

আউঠানি · অসমীয়া অভিধান