← ফুৰি যাওক

আউট্

āuṭ

অৰ্থ

1.

ধাতু পগাই পৰিষ্কাৰ কৰ্; যেনে-সোণ আউটিছে

to melt

সক. ধা.

2.

পগা; তপতাই ঘন কৰ্; যেনে-গাখীৰ আউটালে সোবাদ হয়

to thicken by boiling

সক. ধা.

3.

কথাৰ গঢ়-পিট ঠিক কৰ্; মনত ভাব্; যেনে-কি ক'ব, কি নক'ব, তাকে আউটিছে

to ponder; to sepculate

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ