← ফুৰি যাওক

বত্ৰিছ (বত্ৰিশ)-পুতলা

batricha, (batriśa)-putalā

অৰ্থ

1.

বিক্ৰমাদিত্য ৰজাৰ সিংহাসনত থকা বত্ৰিছটা পুতলা [ইহঁত আচলতে শাপ-ভ্ৰষ্ট গন্ধৰ্ব্ব; ইহঁতে গাই পতি ভোজ ৰজাৰ আগত একোটা সাধু কথা কৈছিল]; উক্ত নামৰ পুথি।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

বত্ৰিছ (বত্ৰিশ)-পুতলা · অসমীয়া অভিধান