← ফুৰি যাওক

বতৰ

batara

অৰ্থ

1.

বায়ুমণ্ডল বা আকাশৰ অবস্হা

weather

বি.

2.

শস্য ৰোবা; কটা আদি খেতিৰ উপযুক্ত সময়

a particular season for agricultural operations

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

বতৰ · অসমীয়া অভিধান