বণিয়া
baṇiẏā
অৰ্থ
1.
বেহেৰুবা; খুচুৰা বস্ত্ত বেচা বেপাৰী
a petty trader
বি.
2.
সোণৰ অলঙ্কাৰ কৰা এজাতি হিন্দু মানুহ
a class of goldsmith
বি.
3.
ৰজাঘৰীয়া সাত খেল কাকতীৰ এখেল।
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ
baṇiẏā
বেহেৰুবা; খুচুৰা বস্ত্ত বেচা বেপাৰী
a petty trader
বি.
সোণৰ অলঙ্কাৰ কৰা এজাতি হিন্দু মানুহ
a class of goldsmith
বি.
ৰজাঘৰীয়া সাত খেল কাকতীৰ এখেল।
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ