← ফুৰি যাওক

বঠি

baṭhi

অৰ্থ

1.

মৈদাৰ পইৰা বা খুৰা; ৰেন্দাৰ কাঠ

a wooden handle, as of a carpenter's plane

বি.

2.

ধুপ-দানী; ধূপৰ কাঠী গুঁজি ৰখা সঁজুলি

an incense pot or stand

বি.

3.

কলপটুবাৰ খোলৰ দুই মূৰ ওখকৈ ধৰি ৰাখিবলৈ পথালিকৈ কাটি লগোবা পটুবাৰ চকল

the little piece of plantain sheath used in making a plate of plantain sheath

বি.

4.

বেঁকা বা ভাজ লোবা গঢ় বা আকৱতি (নিন্দাত)

an ugly shape

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ