← ফুৰি যাওক

বটীয়া

baṭīẏā

অৰ্থ

1.

সূতা পকাই কৰা মিহি জৰী; মাল

twine; string; cord

বি.

সমাৰ্থক শব্দ

2.

এবিধ বাকলি নথকা গোটা- সজীয়া, দীঘল, সৰু মুগা বৰণীয়া মাছ [ইয়াৰ এটা উপজাতি-কুকুৰ- বটীয়া।]

a kind of small fish of the eel family; Nemachilous botins

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

বটীয়া · অসমীয়া অভিধান