← ফুৰি যাওক

বটালি

baṭāli

অৰ্থ

1.

খুন্দা; মাৰপিট; যেনে-"সি ভালকৈ এবটালি পালে"

a beating; a thrashing

বি.

2.

কাঠ খোলাৰ বাবে ধাতুৰ এবিধ অস্ত্ৰ

a chisel

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

বটালি · অসমীয়া অভিধান