← ফুৰি যাওক

বজ্ৰলেপ

অৰ্থ

1.

লেকেটা লাগি ধৰা; বৰ টানকৈ লাগি ধৰা; এৰুবাব নোবৰা

very tight; very firmly adhering

2.

বৰ টানকৈ লগা গাঁঠি

a very tight or hard knot

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

বজ্ৰলেপ · অসমীয়া অভিধান