← ফুৰি যাওক

বজ্ৰ

bajra

অৰ্থ

1.

ইন্দ্ৰৰ প্ৰধান অস্ত্ৰ

the thunder-bolt of Indra

বি.

2.

ভয়ঙ্কৰ গাজনি মাৰি অতি বেগাই পৱথিবীলৈ অহা বিজুলী

a shaft of lightning; thundr-bolt

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ