বচোবাল
bacobāla
অৰ্থ
1.
আহোম ৰজাৰ বৰ-চ'ৰলৈ যাওঁতে বিষয়াসকলে চুৰিয়াৰ ওপৰত মেৰাই কঁকালত টঙালৰে বান্ধি পিন্ধা আৰু আঁঠুলৈকে ওলমা এবিধ কপাহী কাপোৰ
a part of a court dress worn by the officers of the Āhom Rājās
বি.
2.
ভাওনাৰ সূত্ৰধাৰীয়ে বা ওজাই পিন্ধা ওপৰত কোবাৰ নিচিনা কাপোৰ
the same kind of cloth worn by musicians and dancers
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ