← ফুৰি যাওক

বচ

baca

অৰ্থ

1.

[সং. বৎস] বি. জন্ত্তৰ পোবালি; "পৰচ" চোবাঁ।

বি.

2.

এবিধ তামোলৰ পোক

a borer injurious to arecanuts

বি.

3.

দীঘল, চেপেটা পাতেৰে এবিধ উগ্ৰগন্ধী বন আৰু তাৰ মূল [ঔষধ আৰু আতৰ আদি তৈয়াৰ কৰাত ব্যবহাৰ হয়।]

the orris root; the sweet flag or rush; acorus calamus

বি.

4.

পৰ্য্যাপ্ত বা যথোচিত-এই অৰ্থ বুজাবলৈ ব্যবহাৰ কৰা শব্দ

a word used to convey the sense of completeness

অব্য.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

বচ · অসমীয়া অভিধান