← ফুৰি যাওক

বঙালী

baṅālī

অৰ্থ

1.

বঙ্গদেশৰ মানুহ; . বঙ্গদেশ-সম্পৰ্কীয়; বঙ্গদেশৰ

a Bengali ; produced in, or belonging to Bengal

বি.

সমাৰ্থক শব্দ

2.

বিদেশী মানুহ

a foreigner

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

বঙালী · অসমীয়া অভিধান