বকলা
bakalā
অৰ্থ
1.
গছৰ ছাল বা পাতল, চেপেটা বস্ত্তৰ খণ্ড
a piece of board or bark of a tree
বি.
2.
পুৰণি কথাৰ হাতে লিখা পুথি; কাহিনী; যেনে-"চকলা তলতে বকলা মেলিলে"
a story written in manuscript
বি.
3.
হাতে-লিখা পুথি ঢকা গছৰ ছালৰ ঢাকনি
the bark covering of a manuscript
বি.
4.
ছপা কিতাপ ঢকা তুলাপাতৰ ঢাকনি
the paper covering of a printed book
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ