বংশাবলী
অৰ্থ
1.
কোনো বংশৰ মানুহবিলাকৰ পৰস্পৰ সম্বন্ধ দেখুবাই লেখা নামকাকত বা তালিকা
a genealogical tree
2.
কোনো বংশৰ লোকৰ বিবৰণ বা বুৰঞ্জী
a family history; a genealogical description
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ