← ফুৰি যাওক

বংশোত্তৰ

অৰ্থ

1.

বংশীয়; বংশৰ; যেনে-"বংশোত্তৰ লোকসব আছয় আগুৰি" (শঙ্কৰ- চৰিত); বংশধৰ বি. বংশৰ ঘাই লোক

the principal man of a family

বিণ.

2.

কোনো বংশৰ সন্তান

a descendant; a family; a scion

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ