← ফুৰি যাওক

বংশ-ছেদ

অৰ্থ

1.

বংশ নষ্ট হোবা; নিৰ্ব্বংশ হোবা

extinction of the race or family

2.

বংশ বা সম্বন্ধ এৰা-এৰি হোবা

severence of relationship

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ