← ফুৰি যাওক

বংশ

baṃśa

অৰ্থ

1.

বাঁহ

bamboo

বি.

2.

ফৈদ; গোষ্ঠী; একেজন আদি পুৰুষৰপৰা বঢ়া সন্তান-সন্ততি

a race; a family

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ