← ফুৰি যাওক

বং

bam

অৰ্থ

1.

জৰী

a rope

বি.

2.

ষাঠি বা বটালিৰ নাল

the handle of a spear or a chisel

বি.

3.

জোৰা দিয়া কথা

what is said in excess of the truth for the sake of ornament

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ