বইনা
bainā
অৰ্থ
1.
কোনো বস্ত্ত কিনিবৰ বন্দবস্ত হ'লে সেই বস্ত্ত আনক বেচিব নোবৰাকৈ আগেয়ে দি ৰখা অলপীয়া ধন
earnest money
বি.
2.
উকীল ৰাখিবলৈ আগেয়ে দি ৰখা ধন
retaining fee paid to a pleader
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ