ব
ba
অৰ্থ
1.
ব্যঞ্জন বৰ্ণৰ তেইশ আৰু ঊনত্ৰিশ সংখ্যাৰ দুটা আখৰ; শব্দৰ আগত থাকিলে 'ব' 'ব'ৰ দৰে উচ্চাৰণ আৰু লেখা হয়
the twenty-third and twenty-ninth Assamese consonant letters corresponding to English b, and v or w respectively
2.
সিঁচ্; গজাবলৈ মাটিত ছটিয়া (গুটি)
to sow
সক. ধা.
3.
কাঠী বা সূতাৰে নিৰ্ম্মাণ কৰ্
to weave or plait
সক. ধা.
4.
কান্ধ, মূৰ বা হাতত তুলি নি; কঢ়িয়া
to carry
সক. ধা.
5.
খাট্; চাকৰি কৰ্; লোকৰ তলত কাম কৰ্
to serve; to do domestic service
অক. ধা.
6.
বলধৰ গলধন; . বিণ. ব ছিগা গলধন ছিগা বা ঘা লগা (গৰু)
the shoulder of a bullock ; galled-necked
বি.
7.
বওঁতা; স্ত্ৰী. বওঁতী; অক. ধা. বল্; সোঁত বা বতাহৰ দৰে চল্
to flow (as water); to blow (as wind)
বি.
8.
চল্; টিক্; টান্
to endure; to last
বি.
9.
বহন কৰ্; লৈ বা
to carry; to flow
সক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ