← ফুৰি যাওক

আইঠা

āiṭhā

অৰ্থ

1.

ভেঁটি, উপঢৌকন; যেনে-"কেহো বোলে ইটো ভৰতৰ আইঠা খাইলে। সিকাৰণে চণ্ডালে ৰামক এৰি আইলে।" (মা. ক. অযোধ্যাকাণ্ড)।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

আইঠা · অসমীয়া অভিধান