আই ঔ
āi, au
অৰ্থ
1.
অকস্মাৎ ভয় বা দুখ পালে, উচপ খালে বা আচৰিত হৈ চিঞৰ মৰা মাত
an interjection of sudden terror, pain or wonder
অব্য.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ