আঁ
ām̐
অৰ্থ
1.
কন্দাৰ নিচিনা মাত
a sound like that of crying
অব্য.
2.
অঁকৰা মানুহে কথা কোবাত হোবা শব্দ, . বি. বৰকৈ মুখ মেলা কাৰ্য্য
a sound uttered by a man unable to articulate ; the act of widely opening the mouth
অব্য.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ