ফাক
phāka
অৰ্থ
1.
তৰোবাল বা দা-কটাৰী সুমাই পোবা ছালৰ বা কাঠৰ মোট বা মোনা
a scabbard
বি.
2.
কাৰ্ফাই ধেনু বা হিলৈৰ কাঠ
the stock of a gun or a crossbow
বি.
3.
কোনো গছ বা লতাৰ গুটিৰ দাৰ ফাকৰ নিচিনা দীঘল চেপেটা ছেঁই; যেনে-"ঘিলাৰ ফাক"।
বি.
4.
সুৰঙা; ফাট
a crack; a breach
বি.
5.
সুযোগ
opportunity
বি.
6.
গীত গাওঁতে যি তালত আঘাত নপৰে
a blank in marking time in music
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ