← ফুৰি যাওক

ফাইল

phāila

অৰ্থ

1.

দৰ্খাস্ত, নথি-পত্ৰ আদি সাবধানে ৰাখিব পৰা দুফলীয়া ডাঠ কাগজৰ যতন; তেনেকৈ ৰখা নিৰ্দ্দিষ্ট কাগজপত্ৰ

file

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ফাইল · অসমীয়া অভিধান