← ফুৰি যাওক

ফঁহিয়া

pham̐hiẏā

অৰ্থ

1.

পাতল পাতলকৈ ফাল্ বা ছিৰ

to split into many thin slips

সক. ধা.

2.

তন্ন তন্নকৈ চা বা আলোচনা কৰ্

to examine or consider minutely

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ফঁহিয়া · অসমীয়া অভিধান