← ফুৰি যাওক

ফলীয়া-তুঁহ

অৰ্থ

1.

ঢেঁকীত বানোতে গুৰি নহৈ ধানৰপৰা ফাল ফাল হৈ ওলোবা তুঁহ

coarse husk of paddy

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ফলীয়া-তুঁহ · অসমীয়া অভিধান