ফলি
phali
অৰ্থ
1.
আখৰ লেখা কাঠৰ বা শিলৰ পাট
a slate; a black-board
বি.
2.
সোণাৰিৰ গুণা টনা বহুত বিন্ধা থকা ধাতুৰ সৰু পাট
a small metallic plate pierced with numerous holes for drawing wires through by a goldsmith
বি.
3.
ৰজাই দান কৰা মাটি আদিৰ কথা লেখা পাত্ৰ
a plate having royal grants of land, etc., inscribed on
বি.
4.
কাবৈ মাছৰ পিঠিৰ দুফালে থকা কাঁইটীয়া পাখি; মাছৰ পাখি
the fins of a fish
বি.
5.
জাল গোঁথাত ব্যবহাৰ কৰা নিমজকৈ চঁচা কাঠ বা বাঁহৰ দীঘলীয়া চলি
a piece of flat, smooth and polished wood or bamboo used in weaving nets
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ