← ফুৰি যাওক

অক্ষৰ-ভোক্তা

akṣara-bhoktā

অৰ্থ

1.

জীবাত্মা [অক্ষৰ বা ব্ৰহ্মই জীবৰ দেহত সংসাৰৰ সুখ, দুখ ভোগ কৰে, গতিকে জীবাত্মাৰ নাম অক্ষৰ-ভোক্তা; "ভোক্তা জীবক অক্ষৰ পুৰুষ বুলি" (ক.গী.)]।

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

অক্ষৰ-ভোক্তা · অসমীয়া অভিধান