← ফুৰি যাওক

ফলভোগী

অৰ্থ

1.

উৎপন্ন বস্ত্তৰ লাভ-লোকচান ভোগ কৰা

enjoying the things produced

2.

কাৰ্য্যৰ পৰিণাম ভোগ কৰা

enjoying or suffering the consequences of any deed

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ