অক্ষৰ
akṣara
অৰ্থ
1.
পৰমাত্মা; পৰমেশ্বৰ; ব্ৰহ্ম; অব্যক্ত ব্ৰহ্ম
the universal soul
বি.
2.
(সাংখ্য-দৰ্শন) প্ৰকৱতি
the principle of matter
বি.
3.
আখৰ; শব্দৰ ক্ষুদ্ৰতম অংশ; অকাৰাদি বৰ্ণ
a letter
বি.
4.
শব্দৰ অন্তৰ্গত যি স্বৰধ্বনিযুক্ত বৰ্ণ বা বৰ্ণসমষ্টি একেলগে উচ্চাৰিত হয়
a syllable
বি.
5.
ধাতুৰ সাঁচত দি কৰাঁ আখৰ
type
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ