← ফুৰি যাওক

ফৰমান

pharamāna

অৰ্থ

1.

হুকুম, ৰাজাজ্ঞা; যেনে-"গোবিন্দৰ ফৰমান নিকটে মিলাবে জান" (বৰগীত)।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ফৰমান · অসমীয়া অভিধান