← ফুৰি যাওকফটুবৈ-চোলাphaṭubai-colāঅৰ্থ1.বুকু ফলা, হাত নথকা, কঁকাললৈকে পৰা এবিধ চোলাa waist coatবি.সমাৰ্থক শব্দফটৌ-চোলা · phaṭau-colāউৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ