← ফুৰি যাওক

ফকৰা

phakarā

অৰ্থ

1.

নীতি শিকোবা; দৱষ্টান্ত দেখুওবা বা কথাৰ উদাহৰণ দিয়া এফাঁকি বা দুফাঁকিত লিখা সাঁথৰৰ নিচিনা কথা; যেনে-"মাটি কিনিবাঁ মাজ-খাল, ছোবালী আনিবাঁ মাক-ভাল"

a sort of enigmatical saying to convey some moral truth; an adage; a maxim

বি.

2.

ফাঁকি দিয়া কাম; কুমন্ত্ৰণা

an intrigue

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ফকৰা · অসমীয়া অভিধান