প্ৰতিপাদ্য
pratipādya
অৰ্থ
1.
স্হিৰ কৰা; নিশ্চিত; যেনে-"তৰ্ক দণ্ড নীতি আনো যতেক আছয়ঃ ইটো সবে প্ৰতিপাদ্য বেদৰ নিশ্চয়"। (ৰত্নাবলী)
preascertained; preordained
বিণ.
2.
(জ্যামিতি) প্ৰতিজ্ঞা; প্ৰমাণ কৰিব লগীয়া সমস্যা
proposition to be proved
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ