← ফুৰি যাওক

পদ-সেবা

pada-sebā

অৰ্থ

1.

ভৰি পিটিকা কাৰ্য্য

the act of pressing the feet and the legs

বি.

সমাৰ্থক শব্দ

2.

ভৰিত পৰি কৰা প্ৰণাম

a bowing to the feet of a superior

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

পদ-সেবা · অসমীয়া অভিধান