← ফুৰি যাওক

পক্ষ

pakṣa

অৰ্থ

1.

পষ; চান্দ্ৰ-মাহৰ আধা ভাগ; যেনে-শুক্ল- পক্ষ, কৱষ্ণ-পক্ষ

half of a lunar month

বি.

2.

এমাহৰ আধা; পোন্ধৰ দিন; . পৰস্পৰ দন্দ কৰা বা গুচৰীয়া মানুহৰ এদল বা এটা

a fortnight ; a party to a dispute or case

বি.

3.

দুই সংখ্যাৰ সঙ্কেত

a symbolical name for the number "two"

বি.

4.

পাখি

wing; feather

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ