পম
pama
অৰ্থ
1.
শিহৰি; গছৰ গুৰিৰ আলুৰপৰা বাঢ়ি গৈ আন এঠাইত আলু ধৰা সূতাৰ নিচিনা শিপা,
the long thin root of a plant forming a distance from the main root of a plant
বি.
2.
গুপ্ত কথাৰ উবাদিহ; কথাৰ উহ
a clue; a guide
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ