← ফুৰি যাওক

পদ্মিনী

padminī

অৰ্থ

1.

চাৰি বিধ তিৰোতাৰ ভিতৰত শ্ৰেষ্ঠা আৰু সুলক্ষণী তিৰোতা

a woman of the first of the four classes into which the female sex in divided

বি.

2.

সুন্দৰী তিৰোতা

a lovely woman

বি.

3.

পদুমনি।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

পদ্মিনী · অসমীয়া অভিধান