← ফুৰি যাওক

পদ্মাসুৰ

অৰ্থ

1.

এটা অসুৰ [প্ৰবাদ আছে ভগীৰথে গঙ্গা আনোতে মাজ বাটতে গঙ্গাক থৈ তেওঁ সৰুপানী ছুবলৈ যাওঁতে এই অসুৰে ভগীৰথৰ বেশ ধৰি গঙ্গাক অন্য পথে লৈ যায়; তাৰেপৰাই পদ্মগঙ্গাৰ উৎপত্তি।

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

পদ্মাসুৰ · অসমীয়া অভিধান