পদ
pada
অৰ্থ
1.
ভৰি
a foot
বি.
2.
খোজ
a step
বি.
3.
বিষয়; বাব; উপাধি
an office; a title
বি.
4.
জীবৰ অবস্হা বা সদ্গতি; যেনে-"মহা মহা পাপীঃ যাৰ নাম জপিঃ উত্তম পদক পায়" (নাম-ঘোষা)
state of life or existence
বি.
5.
যেনে-"এপদ বস্ত্ত"
an article
বি.
6.
(পু. অ.) কাৰণ; যেনে-"আছে পদে মোৰ প্ৰয়োজন" (কীৰ্ত্তন)
a cause of action
বি.
7.
ছন্দ লগাই লিখা কথা
a verse
বি.
8.
দুফাঁকি কথাৰ প্ৰতি ফাঁকিত চৈধ্যটা আখৰ থকা আৰু প্ৰতি দুফাঁকিৰ শেষৰ আখৰ মিলা এবিধ অসমীয়া ছন্দ
a verse of two rhyming lines each containing fourteen letters
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ