← ফুৰি যাওক

পঠা

paṭhā

অৰ্থ

1.

ডেকা বয়স পোবা ছাগলী; খাহী নকৰা ছাগলী

a grown up uncastrated goat

বি.

2.

খাহী নকৰা; ; স্ত্ৰী. পাঠী।

uncastrated, entire

বিণ.

3.

পঠিয়া; গতি কৰা; প্ৰেৰণ কৰ্; ; কৱদ

to cause to go; to send

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ