← ফুৰি যাওক

পটন্তৰ

paṭantara

অৰ্থ

1.

কোনো কথা বুজাবলৈ দিয়া উপমা বা উদাহৰণ; দৱষ্টান্ত; যেনে-"শুই থকা শিয়ালে হাঁহ ধৰিব নোবাৰে"

an explanatory simile or proverb

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

পটন্তৰ · অসমীয়া অভিধান