← ফুৰি যাওক

পঞ্জাবী

অৰ্থ

1.

পঞ্জাব দেশৰ; পঞ্জাবত জন্ম বা উৎপন্ন হোবা বা সেই দেশৰপৰা অহা

born or grown in the Punjab

বিণ.

2.

এবিধ দীঘলীয়া চোলা

a kind of long coat

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

পঞ্জাবী · অসমীয়া অভিধান