← ফুৰি যাওক

পঞ্চৰাত্ৰ

pañcarātra

অৰ্থ

1.

পাঁচ ৰকম জ্ঞানৰ উপদেশ থকা-নাৰদ, গৌতম আদি ঋষিয়ে কৰা এখন বৈষ্ণবী তন্ত্ৰৰ নাম; যেনে-"নাৰদ-পঞ্চৰাত্ৰ"; "বৈশিষ্ঠ-পঞ্চৰাত্ৰ"

a sacred book composed by the sages Nārada, Gautama, etc.

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

পঞ্চৰাত্ৰ · অসমীয়া অভিধান